চাকমা ভাষা

ভাৰত-আৰ্য ভাষা

চাকমা ভাষা (/ˈɑːkmə/; autonym: 𑄌𑄋𑄴𑄟𑄳𑄦 𑄞𑄌𑄴, Changmha Bhach) হৈছে চাকমা আৰু দাইঙেত জনগোষ্ঠীৰ লোকে কোৱা এটা ভাৰত-আৰ্য ভাষাবাংলাদেশৰ চট্টগ্ৰামীয়া ভাষা, তাঞ্চঙীয়া, ৰাখাইনীয়া আদি ভাষাৰ সৈতে এই ভাষাৰ কিছু মিল আছে। দক্ষিণ-পূব বাংলাদেশপাৰ্বত্য চট্টগ্ৰামত প্ৰায় ৩১০,০০০জন, ভাৰতঅসম আৰু ত্ৰিপুৰা ৰাজ্যত ৩০০,০০০জন আৰু মিজোৰাম ৰাজ্যত ৪০,২৬৫জন লোকে এই ভাষা কয়। এই ভাষা চাকমা লিপি (বা অঝা পাঠ) ব্যৱহাৰ কৰি লিখা হয়।

চাকমা
Changmha, Daingnet
𑄌𑄋𑄴𑄟𑄳𑄦 𑄞𑄌𑄴

চাকমা লিপিত চাকমা ভাষা লিখা হৈছে
থলুৱা অঞ্চল বাংলাদেশ আৰু ভাৰত
অঞ্চল পাৰ্বত্য চট্টগ্ৰাম, মিজোৰাম, অৰুণাচল প্ৰদেশ, ত্ৰিপুৰা
জাতীয়তা চাকমা, দাইঙেত
স্থানীয় ভাষিক
বাংলাদেশত ৩২৬,০০০জন, ভাৰতত ২২৮,২৮১জন[1][2], লগতে ম্যানমাৰত
ভাষা পৰিয়াল
লিখন প্ৰণালী চাকমা লিপি, লেটিন লিপি, অসমীয়া–বঙালী লিপি[3]
ভাষা সংকেত
ISO 639-3 ccp[4]
IETF ccp

ধ্বনিতত্ব

সম্পাদনা কৰক

চাকমা ভাষাত আঠটা স্বৰবৰ্ণ আছে।[5]:7

স্বৰধ্বনিৰ তালিকা[6]:10
সন্মুখ কেন্দ্ৰীয় পশ্চ
উচ্চ i u
উচ্চ-মধ্য e o
নিম্ন-মধ্য ɛ ɔ
নিম্ন æ ɑ

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  翻译: